সমাজ বিজ্ঞানসমাজ-ব্যৱস্থা

সমাজ ভাষাবিজ্ঞান (Assamese) [ Roman: xo.maj bha.xa.big.gan]
Contributed by: Partha P Sarmah on 2008-02-10
1. (Abstract Noun) a branch of linguistics that studies all aspects of the relationship between language and society such as social attitudes to language, varieties of language, social basis of multilingualism,linguistic identity of social groups, the patterns and needs of national language use and so on. ভাষাৰ সৈতে সমাজৰ সম্বন্ধ অধ্যয়ন কৰা ভাষাতত্বৰ এটা ভাগ৷ ভাষা বা ভাষাৰ ব্যৱহাৰৰ প্ৰতি সমাজৰ দৃষ্টিভংগী, কোনো সামাজিক গোটৰ ভাষিক পৰিচয়,মান্য ভাষা, উপ ভাষা, বহুভাষিক সমাজৰ ভাষিক সমাজনীতি আদি সমাজ ভাষাবিজ্ঞানৰ বিষয়বস্তু৷